শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
SBI ৰ নতুন আঁচনি! ৫৯৩ টকাৰ বাবদ লাভ কৰিব ১ লাখ টকা...

SBI ৰ নতুন আঁচনি! ৫৯৩ টকাৰ বাবদ লাভ কৰিব ১ লাখ টকা…

barasha-sarma
Barasha Sarma | Published: 16 Mar 2025 21:40 PM

SBI Scheme: ধন জমা কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ! কিয়নো ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকৰ বাবে আনিছে এক নতুন আঁচনি। যাৰ অধীনত টকা জমা ৰাখিলে আপুনি লাভ কৰিব ১ লাখ টকা।

চৰকাৰী বেংক এছ বি আইয়ে নতুন বছৰত প্ৰৱৰ্তন কৰিছে এক নতুন আঁচনি। ৰেকাৰিং ডিপোজিটৰ জৰিয়তে প্ৰতিটো ঘৰতে লাখপতি সৃষ্টিৰ প্ৰচেষ্টা চলাইছে। এই আঁচনিত কোনো ৰিস্ক নাই, গতিকে আপুনি নিশ্চিত মনে ধন জমা কৰিব পাৰে। জানিব পৰা মতে, এই আঁচনিৰ অধীনত মাত্ৰ ৫৯৩ টকা জমা কৰিলে আপুনি লাভ কৰিব ১ লাখ টকা।  এই আঁচনিৰ অধীনত গ্ৰাহকে ৩ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত ধন জমা ৰাখিব পাৰিব।