পৃথিৱীত নোহোৱা হ’ব অক্সিজেন! বিজ্ঞানীয়ে দিলে সতৰ্কবাণী
বিজ্ঞানীসকলৰ গৱেষণাত সময়ে সময়ে নানা চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ এনে এক গৱেষণাত পোহৰলৈ আহিছে আন কিছুমান চাঞ্চল্যৰ তথ্য। গৱেষণাৰ আধাৰত বিজ্ঞানীসকলে সমগ্ৰ বিশ্বক দিছে সকীয়নি। এটা সময়ত বিশ্বত অক্সিজেনৰ অন্ত পৰিব বুলি সাৱধানবাণী শুনাইছে বিজ্ঞানীসকলে।
বিশ্বৰ বিজ্ঞানীসকলে বিভিন্ন সময়ত বিভিন্ন গ্ৰহত জীৱৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কেৱল ইমানেই নহয়, মানুহৰ বাসোপযোগী আন গ্ৰহৰো সন্ধান চলাই আহিছে। বিজ্ঞানীসকলৰ এই গৱেষণাত সময়ে সময়ে নানা চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ এনে এক গৱেষণাত পোহৰলৈ আহিছে আন কিছুমান চাঞ্চল্যৰ তথ্য। গৱেষণাৰ আধাৰত বিজ্ঞানীসকলে সমগ্ৰ বিশ্বক দিছে সকীয়নি। এটা সময়ত বিশ্বত অক্সিজেনৰ অন্ত পৰিব বুলি সাৱধানবাণী শুনাইছে বিজ্ঞানীসকলে।
অৰ্থাৎ এই পৃথিৱী এদিন জীৱকূলৰ বসবাসৰ বাবে উপযোগী হৈ নাথাকিব। এই অৱস্থাৰ কেতিয়া সূচনা হ’ব সেই কথাও গৱেষণাৰ আধাৰত জানিবলৈ দিছে বিজ্ঞানীসকলে। ইয়াৰ লগতে তেওঁলোকে গৱেষণাত আন কিছুমান তথ্যও প্ৰকাশ কৰিছে।