শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
শ্বেয়াৰ বজাৰত আজি কাৰ ঘটিল উত্থান-পতন? চাওঁ আহক শ্বেয়াৰ বজাৰৰ খবৰ

শ্বেয়াৰ বজাৰত আজি কাৰ ঘটিল উত্থান-পতন? চাওঁ আহক শ্বেয়াৰ বজাৰৰ খবৰ

monjit-dutta
Monjit Dutta | Published: 28 Feb 2025 00:11 AM

আজি ১০ পইন্ট বৃদ্ধি পায় ভাৰতৰ বজাৰৰ অন্যতম সূচক বিএছই ছেনছেক্স। এনে স্থিতিত যেন আজি ভাৰতীয় শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে স্বস্তিৰ নিশ্বাস ল’লে। বিএছই ছেনছেক্সৰ উত্থান ঘটিলেও অৱশ্যে নিফটি ফিফটি আজিও নিম্নগামী হৈ থাকে।

আজি ১০ পইন্ট বৃদ্ধি পায় ভাৰতৰ বজাৰৰ অন্যতম সূচক বিএছই ছেনছেক্স। এনে স্থিতিত যেন আজি ভাৰতীয় শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে স্বস্তিৰ নিশ্বাস ল’লে। বিএছই ছেনছেক্সৰ উত্থান ঘটিলেও অৱশ্যে নিফটি ফিফটি আজিও নিম্নগামী হৈ থাকে। আজি শ্বেয়াৰ বজাৰৰ আন সূচকসমূহৰো উত্থান দেখা গৈছে। ১৩৫ পইন্ট বৃদ্ধি পাইছে নিফটি বেংক। একেদৰে ফিননিফটি ১৩৭ পইন্ট আৰু বিএছই বেংকেক্স ১০ পইন্ট বৃদ্ধি পাইছে। আজি বজাৰত বাজাজ ফাইনেন্সৰ শ্বেয়াৰৰ মূল্য ৫২ সপ্তাহৰ সৰ্বোচ্চ স্তৰত উপনীত হয় যদিও কেইবাটাও কোম্পানীৰ শ্বেয়াৰৰ মূল্যই আজিও ৫২ সপ্তাহৰ সৰ্বনিম্ন স্তৰ স্পৰ্শ কৰে।