শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ

manas-borah
Manas Borah | Updated On: 07 Mar 2025 22:13 PM

আজি ভাৰতৰ অন্যতম বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি সামান্য বৃদ্ধি পায় । কিন্তু আন এটা বেঞ্চমাৰ্ক সূচক বিএছই ছেনছেক্স নিম্নগামী হয় আজি । আন আন সূচকসমূহৰ ভিতৰত সামান্য ঊৰ্ধগামী হৈছে নিফটি টোটেল মাৰ্কেট ।

কালি কিছু স্বস্তি পালেও আজি সামান্য অস্বস্তি শ্বেয়াৰ বজাৰত । আজি ভাৰতৰ অন্যতম বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি সামান্য বৃদ্ধি পায় । কিন্তু আন এটা বেঞ্চমাৰ্ক সূচক বিএছই ছেনছেক্স নিম্নগামী হয় আজি । আন আন সূচকসমূহৰ ভিতৰত সামান্য ঊৰ্ধগামী হৈছে নিফটি টোটেল মাৰ্কেট ।

আজি প্ৰায় ৩৪১ পইন্ট বৃদ্ধি পালে বিএছই স্মলকেপ সূচক । ইয়াৰ বাহিৰে বেছিভাগ সূচকেই আজি নিম্নগামী হৈছে । ইয়াৰ লগতে আজি চীনা সূচক হেংছেং, জাপানৰ নিক্কেই আৰু জাৰ্মানীৰ ডেক্সো নিম্নগামী হয় ।