শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বিহুৰ মঞ্চত শিল্পীক অপমানৰ পৰা আই পি এললৈ... চাওক দিনটোৰ শীৰ্ষ খবৰ

বিহুৰ মঞ্চত শিল্পীক অপমানৰ পৰা আই পি এললৈ… চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Updated On: 17 Apr 2025 23:52 PM

বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হোৱা দিগন্ত ভাৰতীক আয়োজকে মঞ্চলৈ আমন্ত্ৰণ জনাইছিল যদিও তেওঁ জিনছ পৰিধান কৰি থকাৰ বাবে হাতৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিয়া বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত আজি দিগন্ত ভাৰতীৰ লগতে আয়োজক সমিতেয়েও সংবাদ মেল যোগে আত্মপক্ষ সমৰ্থন কৰিছে।

বহাগ মানেই কলা-কুশলী, বিশেষকৈ গায়ক-গায়িকাসকলৰ ব্যস্ততা। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুমঞ্চত অনুষ্ঠান পৰিৱেশনেৰে শ্ৰোতা-অনুৰাগীক মুগ্ধ কৰে তেওঁলোকে। পিহে এনে এক মঞ্চতে অপমানিত হৈছে ৰাজ্যৰ সংগীত জগতৰ এক চিৰ উজ্জল মুখ দিগন্ত ভাৰতী। পূৱ গুৱাহাটীৰ বিহু মঞ্চত কণ্ঠশিল্পীগৰাকীক আয়োজকে অপমানিত কৰাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হোৱা দিগন্ত ভাৰতীক আয়োজকে মঞ্চলৈ আমন্ত্ৰণ জনাইছিল যদিও তেওঁ জিনছ পৰিধান কৰি থকাৰ বাবে হাতৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিয়া বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত আজি দিগন্ত ভাৰতীৰ লগতে আয়োজক সমিতেয়েও সংবাদ মেল যোগে আত্মপক্ষ সমৰ্থন কৰিছে।

চাওঁ আহক দিনটোৰ আন কেইটামান চৰ্চিত খবৰ….