আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰঃ চাওক ভিডিঅ’….

Mar 10, 2025 | 8:57 PM

অসম বিধানসভাৰ মজিয়াত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এয়া অন্তিমখন পূৰ্ণাংগ বাজেট। অসম বাজেটৰ লগতে আজিৰ দিনটোত দেশ তথা বিশ্বৰ আন কিছুমান গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহক।

অসম বিধানসভাৰ মজিয়াত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এয়া অন্তিমখন পূৰ্ণাংগ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২.৬৩ লাখ কোটি টকাৰ বাজেটখন হৈছে ৬২০.২৭ কোটি টকাৰ ঘাটি বাজেট। এই বাজেটত মহিলা সবলীকৰণ, কৃষক, নিবনুৱা সমস্যা আদি দিশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। অসম বাজেটৰ লগতে আজিৰ দিনটোত দেশ তথা বিশ্বৰ আন কিছুমান গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহক।