আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
আজি বিধানসভাত সৃষ্টি হয় এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ মজিয়াতে বিৰোধী বিধায়কক লক্ষ্য কৰি চোঁচা ল’লে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। এই ঘটনাৰ পৰিপ্ৰেশত সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চাওঁ আহক আজিৰ দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি।
ৰাজ্যসভাত ভুৱা ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক সন্দৰ্ভত মন্তব্য প্ৰকাশৰ সময়ত অসমৰ ধুবুৰী জিলাক মিনি বাংলাদেশ বুলি অভিহিত কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে। ২০২৪ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বৃ্হৎ জয়ৰ প্ৰসংগ উল্লেখ কৰি এনে বিতৰ্কিত মন্তব্য কৰিছিলি বিজেপি সাংসদগৰাকীয়ে। এই মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিয়ে সাংসদ সুধাংশু ত্ৰিবেদীৰ বিপক্ষে এজাহাৰ দাখিল কৰিছে।