শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্লাড ছুগাৰৰ সম্ভেদ দিয়ে ছালৰ এনে লক্ষণে, জানিবলৈ চাওক…

ব্লাড ছুগাৰ বৰ্তমান সৰহ সংখ্যক মানুহৰ বাবেই এক সমস্যা হৈ পৰিছে। আগতে এটা নিৰ্দিষ্ট বয়সৰ পাছতহে ছুগাৰৰ সমস্যা হয় বুলি ভবা হৈছিল। কিন্তু বৰ্তমান খুব কম বয়সতেই বহু লোকৰ ক্ষেত্ৰত ছুগাৰৰ সমস্যাই দেখা দিয়ে। পিছে আপুনি জানেনে যে ছালৰ কিছুমান লক্ষণৰ পৰাও ছুগাৰৰ উপস্থিতি ধৰা পেলাব পাৰি!

monjit-dutta
Monjit Dutta | Published: 31 Jan 2025 21:31 PM

ব্লাড ছুগাৰ বৰ্তমান সৰহ সংখ্যক মানুহৰ বাবেই এক সমস্যা হৈ পৰিছে। আগতে এটা নিৰ্দিষ্ট বয়সৰ পাছতহে ছুগাৰৰ সমস্যা হয় বুলি ভবা হৈছিল। কিন্তু বৰ্তমান খুব কম বয়সতেই বহু লোকৰ ক্ষেত্ৰত ছুগাৰৰ সমস্যাই দেখা দিয়ে। চিকিৎসকসকলে লক্ষ্য কৰিছে যে অনিয়মীয়া জীৱনশৈলী, ফাষ্টফুড গ্ৰহণ আদিৰ বাবে নতুন প্ৰজন্ম ছুগাৰৰ সমস্যাত পৰিছে। অৱশ্যে বহুতেই এইবোৰ এৰাই চলিলেও ব্লাড ছুগাৰৰ বলি হয়। ধৰা পৰালৈ ছুগাৰ কমেও তিনিগুণ বাঢ়ি যায়।

পিছে আপুনি জানেনে যে ছালৰ কিছুমান লক্ষণৰ পৰাও ছুগাৰৰ উপস্থিতি ধৰা পেলাব পাৰি! অৰ্থাৎ আমাৰ ছালখনেই আমাৰ দেহত ছুগাৰৰ সম্ভাৱনা প্ৰকাশ কৰে। ছালে কিদৰে ছুগাৰৰ ইঙ্গিত দিয়ে, সেই বিষয়ে আমি জ্ঞাত হ’লে এইক্ষেত্ৰত আমি সজাগ হোৱাতো সহায়ক হ’ব।

Latest Stories