শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভাৰতৰ প্ৰথমখন বেচৰকাৰী ৰে'লৰ প্ৰথম মাহৰ উপাৰ্জন কিমান ? জানিলে আচৰিত হ'ব...

ভাৰতৰ প্ৰথমখন বেচৰকাৰী ৰে’লৰ প্ৰথম মাহৰ উপাৰ্জন কিমান ? জানিলে আচৰিত হ’ব…

trishna-kalita
Trishna Kalita | Published: 19 Apr 2025 22:36 PM

ভাৰতীয় ৰে’লৱে IRCTC ৰ লক্ষ্ণৌ-দিল্লী তেজছ এক্সপ্ৰেছ ৰে’লৱেই বিশ্বমানৰ ৫০টা ৰে’লৱে ষ্টেচন গঢ়ি তোলাৰ লগতে ব্যক্তিগত যাত্ৰীবাহী ৰে’ল পৰিচালকক ইয়াৰ নেটৱৰ্কত ১৫০খন ৰে’ল চলাবলৈ অনুমতি দিয়াৰ প্ৰচেষ্টাৰ অংশ। প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ৫ অক্টোবৰৰ চলি থকা ৰে’লখনে গড়ে ৮০-৮৫ শতাংশ যাত্ৰীৰে চলাচল কৰিছে।

ভাৰতৰ অৰ্থনীতিক আগুৱাই নিয়াত ভাৰতীয় ৰে’লৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । একেদৰে ভাৰতৰ মূল সংযোগ ব্যৱস্থাটোৱেই হৈছে ৰে’লৱে । যাত্ৰীৰ যাতায়তৰ পৰা আৰম্ভ কৰি দীৰ্ঘ দূৰত্বৰ সামগ্ৰীৰ কঢ়িয়াই নিয়াৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰটো ই সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰকাশিত খবৰ অনুসৰি, তেজস এক্সপ্ৰেছে চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে প্ৰায় ৭০ লাখ টকা লাভ অৰ্জন কৰাৰ বিপৰীতে টিকট বিক্ৰীৰ জৰিয়তে প্ৰায় ৩.৭০ কোটি টকা ৰাজহ লাভ কৰিছে ।

ভাৰতীয় ৰে’লৱে IRCTC ৰ লক্ষ্ণৌ-দিল্লী তেজছ এক্সপ্ৰেছ ৰে’লৱেই বিশ্বমানৰ ৫০টা ৰে’লৱে ষ্টেচন গঢ়ি তোলাৰ লগতে ব্যক্তিগত যাত্ৰীবাহী ৰে’ল পৰিচালকক ইয়াৰ নেটৱৰ্কত ১৫০খন ৰে’ল চলাবলৈ অনুমতি দিয়াৰ প্ৰচেষ্টাৰ অংশ। প্ৰতিবেদনত আৰু কোৱা হৈছে যে, ৫ অক্টোবৰৰ চলি থকা ৰে’লখনে গড়ে ৮০-৮৫ শতাংশ যাত্ৰীৰে চলাচল কৰিছে। ৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ (২১ দিন, যিহেতু ৰে’লখন সপ্তাহত ছয় দিন চলে) ৰে’লখন চলাবলৈ IRCTC য়ে ব্যয় কৰা খৰচ আছিল প্ৰায় ৩ কোটি টকা।