Share Market News: আজিৰ শ্বেয়াৰ বজাৰৰ খবৰ
আজি ক্ৰমে ২০৭ পইন্ট আৰু ৬০৯ পইন্ট বৃদ্ধি পায় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূচক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । চাওক শ্বেয়াৰ বজাৰৰ খবৰ ।
কালিৰে পৰা একেৰাহে দ্বিতীয় দিন, ঊৰ্ধগামী হৈছে ভাৰতীয় বজাৰৰ সকলো সূচক । আজি ক্ৰমে ২০৭ পইন্ট আৰু ৬০৯ পইন্ট বৃদ্ধি পায় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূআজি নিম্ন চাৰ্কিটত স্পৰ্শ কৰে জেনছোল ইঞ্জিনীয়াৰিঙে । ইয়াৰ উপৰিও ফুডছ এণ্ড ইনছ, বি এণ্ড বি ট্ৰিপলওৱাল কন্টেনাৰ্ছ, ডিআৰচি চিষ্টেমছ, ৰিলায়েন্স কমিউনিকেশ্যনৰ শ্বেয়াৰৰ দাম হ্ৰাস পায় ।
চক নিফটি ফিফটি আৰু বিএছই ছেনছেক্স । আজি সৰ্বোচ্চ ১.৬৩ শতাংশ বাঢ়িল বিএছই স্মলকেপ সূচক । ১ শতাংশতকৈও অধিক বাঢ়িছে নিফটি নেক্সট ফিফটিৰ সূচক ।
৬ মার্চত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য
যদি আপুনি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে তেন্তে সেই শ্বেয়াৰসমূহৰ বিষয়ে সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক । এই ভিডিঅ’টো কেৱল শিক্ষাৰ উদ্দেশ্যেহে । TV9 অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।