Assam News: আজিৰ শীৰ্ষ খবৰসমূহ
অসম বিধানসভাৰ অন্তিম দিনটোত ব্যতিক্ৰমী পন্থাৰে প্ৰতিবাদ কংগ্ৰেছৰ বিধায়কৰ । ক’লা পোছাক নহয়, এইবাৰ মূৰত ডাঙৰ টোপোলা লৈ বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ বিধায়কে । চৰকাৰে ৰাইজৰ ওপৰত ঋণৰ বোজা জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি ব্যতিক্ৰমী পন্থাৰে প্ৰতিবাদ বিৰোধীৰ । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।