Assam News: আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

Mar 17, 2025 | 9:36 PM

পুনৰ মুকলি কৰা হৈছে ৰাজ্য়ৰ চৰকাৰৰ শিক্ষক বদলিকৰণ প’ৰ্টেল । সোমবাৰে এই বদলিৰণ প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ্থে বদলিকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে । একেদৰে স্থগিত কৰা হৈছে অসম আৰক্ষী কনিষ্টবল ভৰ্তিৰ লিখিত পৰীক্ষা। যাৰ বাবে এডমিট কাৰ্ড মুকলি হোৱাৰ তাৰিখো পিছুৱাই দিয়া হৈছে। চাওঁ আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।

পুনৰ মুকলি কৰা হৈছে ৰাজ্য়ৰ চৰকাৰৰ শিক্ষক বদলিকৰণ প’ৰ্টেল । সোমবাৰে এই বদলিৰণ প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ্থে বদলিকৰণৰ আবেদন প্ৰক্ৰিয়া পুনৰ মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ।  একেদৰে স্থগিত কৰা হৈছে অসম আৰক্ষী কনিষ্টবল ভৰ্তিৰ লিখিত পৰীক্ষা। যাৰ বাবে এডমিট কাৰ্ড মুকলি হোৱাৰ তাৰিখো পিছুৱাই দিয়া হৈছে। এডমিট কাৰ্ড ১৭ মাৰ্চৰ পুৱা ১১ বজাত জাৰি কৰিব লগা আছিল যদিও এতিয়া এয়া মুকলি কৰা নহয়।  চাওঁ আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।