Assam News: আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ চাওক মুহূৰ্ততে

Mar 18, 2025 | 11:56 PM

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শিলচৰস্থিত ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবার্ষিকী উদযাপন অনুষ্ঠানৰ লগতে শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনিৰ্মিত সাৰ্বজনীন মন্দিৰ উদ্বোধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৯ মাহৰ পাছত পৃথিৱীৰ অভিমূখে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।