Assam News: আজিৰ শীৰ্ষ খবৰসমূহ

Mar 25, 2025 | 8:44 AM

চলিত ছিজনৰ বাবে মহিলা ক্ৰিকেটাৰৰ নতুন কেন্দ্ৰীয় চুক্তি ঘোষণা বিচিচিআইৰ। এইবাৰ ভাৰতীয় দলৰ ১৬ গৰাকী মহিলা খেলুৱৈক বাৰ্ষিক কেন্দ্ৰীয় চুক্তিত স্থান দিছে বিচিচিআইয়ে। তালিকাত স্থান লাভ কৰিছে অসমৰ মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে। চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ...

চলিত ছিজনৰ বাবে মহিলা ক্ৰিকেটাৰৰ নতুন কেন্দ্ৰীয় চুক্তি ঘোষণা বিচিচিআইৰ। এইবাৰ ভাৰতীয় দলৰ ১৬ গৰাকী মহিলা খেলুৱৈক বাৰ্ষিক কেন্দ্ৰীয় চুক্তিত স্থান দিছে বিচিচিআইয়ে। তালিকাত স্থান লাভ কৰিছে অসমৰ মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে। চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…