শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Budget Session 2025: সংসদৰ বাজেট অধিবেশন লাইভ

Budget Session 2025 Parliament LIVE: সংসদৰ বাজেট অধিবেশনত আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট ২০২৫ । বাজেট অধিবেশনৰ পোনপটীয়া সম্প্ৰচাৰ চাওক টিভি৯ অসমত

raj-saikia
Raj Saikia | Updated On: 01 Feb 2025 11:11 AM

আজি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছে কেন্দ্ৰীয় বাজেট । একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিছে নিৰ্মলা সীতাৰমণে । মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এইখন প্ৰথম পূৰ্ণাংগ বাজেট । ইতিমধ্যে ৰাষ্ট্ৰপতিৰ পৰা বাজেট দাখিলৰ অনুমতি লৈ সংসদ বাজেট ভাষণ পাঠ কৰিছে নিৰ্মলা সীতাৰমণে । সাধাৰণ নাগৰিকে আশা কৰাৰ ধৰণে এই বাজেট হব নে নহয় তাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব । এই বাজেট সন্দৰ্ভত বিৰোধীয়ে কি মন্তব্য কৰে, শাসক দলে কি মন্তব্য কৰে সেই সকলোবোৰ চাবলৈ আপোনালোক সংযুক্ত হৈ থাকক টিভি৯ অসমৰ সৈতে । প্ৰতিটো খবৰ বিতংভাৱে আমি আগবঢ়াম আপোনালোকৰ বাবে । লগতে বাজেট ভাষণৰ সম্পূৰ্ণ লাইভ পাব এই প্ৰতিবেদনত ।

Latest Stories