Union Budget 2025: নিৰ্মলাৰ বাজেটে চীনা কোম্পানীক সুখী কৰিছে কিয়?

Feb 03, 2025 | 10:10 PM

চীনক সুখী কৰিব পৰাকৈ ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আছে কি? ভাৰতৰ বাজেট চীনৰ বাবে সুখৰ উৎস বুলি বিশ্লেষণ কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে । কিন্তু কিয় ? নিৰ্মলা সীতাৰমণৰ কেনেধৰণৰ সিদ্ধান্তই সুখী কৰিলে চীন ? আচলতে চীন নহয়। বিত্তমন্ত্ৰীৰ এটা বিশেষ সিদ্ধান্তত ‘সন্তুষ্ট’ চীনৰ বহু কোম্পানী ।

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে দেশৰ মধ্যবিত্তকে নহয়, প্ৰভাৱিত কৰিলে চুবুৰীয়া চীনক । এই বাজেটকলৈ অধিক সুখী চীন ! শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটৰ পৰা সাধাৰণ মানুহে বহুখিনিয়ে পালে । চূড়ান্ত আয়কৰ ৰেহাইৰ পৰা আৰম্ভ কৰি জীৱন দায়িনী ঔষধৰ ৰেহাইলৈকে, এই সিদ্ধান্তই বাজেটখনক সুখৰ উৎস কৰি তুলিছিল । পিছে চীনক সুখী কৰিব পৰাকৈ ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আছে কি? ভাৰতৰ বাজেট চীনৰ বাবে সুখৰ উৎস বুলি বিশ্লেষণ কৰিছে অৰ্থনৈতিক বিশেষজ্ঞসকলে । কিন্তু কিয় ? নিৰ্মলা সীতাৰমণৰ কেনেধৰণৰ সিদ্ধান্তই সুখী কৰিলে চীন ? আচলতে চীন নহয়। বিত্তমন্ত্ৰীৰ এটা বিশেষ সিদ্ধান্তত ‘সন্তুষ্ট’ চীনৰ বহু কোম্পানী ।