শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
WHAT INDIA THINKS TODAY: ৰাজ্য আৰু দেশৰ ৰাজনীতিৰে জড়িত বহু বিষয়ত প্ৰশ্নৰ উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই

manas-borah
Manas Borah | Updated On: 30 Mar 2025 09:51 AM

টিভি ৯ নেটৱৰ্কৰ মেগা ছামিট হোৱাট ইণ্ডিয়া থিংকছ টুডে (WITT)ৰ তৃতীয় সংস্কৰণৰ দ্বিতীয় দিনটোত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই মণিপুৰ পৰিস্থিতিৰ সন্দৰ্ভত কিছু কথা স্পষ্টকৈ কোৱাৰ সমান্তৰালভাৱে অসমৰ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে । একেদৰে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ বিষয়টোত প্ৰশ্ন উত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে । ইফালে শেহতীয়াকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ বিষয়টোৰ সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: WITT 2025 : “যিদিনা SIT ৰ ৰিপৰ্ট আহিব খৰ্গেলৈ চিঠি লিখিম”, গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

লগতে পঢ়ক: TV9 নেটৱৰ্কৰ সন্মিলনত অনুপ্ৰৱেশকাৰী সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্রী হিমন্তই?