শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দেশত কিয় বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা? চাওক Video

দেশত কিয় বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা? চাওক Video

barasha-sarma
Barasha Sarma | Published: 31 Mar 2025 18:42 PM

যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পাইছ হৃদৰোগীৰ সমস্যা। শেহতীয়াকৈ দেখা গৈছে যে, ৫০ বছৰৰ তলৰ লোকসকল বেছিকৈ হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায়।

দেশত বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা। শেহতীয়াকৈ যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ সংখ্যা বেছিকৈ হোৱা দেখিবলৈ পোৱা গৈছে।  পিছে কিয় এনেকুৱা হৈছে? এই সন্দৰ্ভত ফৰ্টিছ হাস্পতালৰ কাৰ্ডিঅ’ থ’ৰেচিক ভেছকুলাৰ চাৰ্জাৰী বিভাগৰ সঞ্চালক তথা মুৰব্বী ডাঃ মহেশ ৱাধৱানীয়ে কয় যে, বৰ্তমান ৫০ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত হৃদৰোগ দেখা গৈছে। ইয়াৰ আঁৰত আছে বিভিন্ন কাৰণ। বেয়া জীৱনশৈলীৰ বাবেও হাৰ্টৰ সমস্যাই দেখা দিয়ে। ইয়াৰোপৰি মধুমেহত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত হৃদ ৰোগৰ সম্ভাৱনা বেছিকৈ দেখা যায়।