ভাগৰ দূৰ কৰিবলৈ কি খাব লাগে ?

৮ জুন,২০২৪

ব্যস্ত জীৱনৰ বাবে মানুহে ডায়ট আৰু শৰীৰৰ যত্ন ৰাখিব নোৱাৰে। যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'ব লাগে।

স্বাস্থ্যত প্ৰভাৱ

যদি আপোনাৰ কোনো বেমাৰ নাই কিন্তু দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিছে তেন্তে ইয়াৰ কাৰণ পুষ্টিকৰ খাদ্যৰ অভাৱ হ'ব পাৰে।

ভাগৰুৱা

ডায়টিছিয়ন মোহিনী ডোংগৰে কয় যে ডায়টত সদায় ভিটামিন, ফাইবাৰ বা প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।

কি খাব

বাদাম আৰু চিডছ অৰ্থাৎ কিছুমান বীজ খালে শৰীৰৰ বাবে ভাল। ডায়টত বাদাম, ব্ৰাজিল নাটছ, কাজু, হেজলনটছ, আমলখি, আলমণ্ড আদি অন্তৰ্ভুক্ত কৰিব লাগে।

বাদাম- বীজ

কল স্বাস্থ্যৰ বাবে খাল। কলত প্ৰটিন আৰু কাৰ্বহাইড্ৰেট থাকে। যিয়ে ভাগৰ দূৰ কৰাত সহায় কৰে।

কল

নাৰিকল পানী দেহৰ বাবে অত্যন্ত ভাল। শৰীৰক ই শীতল কৰাৰ লগতে দুৰ্বলতা দূৰ কৰাত সহায় কৰে।

নাৰিকল পানী

ছিয়া চিডছে দেহত শক্তি দিয়ে। অলপ পানীত কেইটামান ছিয়া চিডছ তিয়াই থৈ সদায় খালে স্বাস্থ্যৰ বাবে ভাল।

ছিয়া চিডছ

পঢ়িবলৈ ক্লিক কৰক

এছিয়াৰ ভিতৰত সকলোতকৈ পৰিস্কাৰ গাঁও!