বিশ্বৰ ৫ খন দেশ, য'ত নাই এটাও নদী!

১৫ ছেপ্টেম্বৰ, ২০২৪

বিশ্বৰ বহু দেশ নদীৰ বাবে জনাজাত। উদাহৰণ স্বৰূপে ভাৰতৰ গংগা, লণ্ডণৰ তেম্স নদীক সকলোৱে জানে। কিন্তু কিছুমান দেশ পৃথক।

নদী

চৌদী আৰৱত নাই এটাও নদী। ইয়াত নিমখীয়া পানীত বিশুদ্ধ কৰি খোৱা হয়। ইয়াৰোপৰি ব্যৱহাৰ হোৱা পানী পুনৰ খাব পৰা পানীলৈ ৰূপান্তৰ কৰে।

চৌদী আৰৱ

পৃথিৱীৰ সবাতোকৈ সৰু দেশ ভেটিকন চিটীত কোনো নদী নাই। এই দেশৰ লোকসকলে পানীৰ বাবে ইটালীৰ ওপৰত নিৰ্ভৰ কৰে।

ভেটিকন চিটী

কটৰ এনে এখন দেশ য'ত এটাও নদী নাই। এই দেশতো নিমখীয়া পানীত খোৱাৰ উপযোগী কৰে। ডিচেলাইনেচন প্লান্টৰ জৰিয়তেও পানী লাভ কৰে।

কটৰ

এই দেশত নদী নাই যদিও হ্ৰদ আছে। এই দেশতো নদী নাই আৰু বিভিন্ন পদ্ধতিৰে ইয়াত খোৱা পানীৰ ব্যৱস্থা কৰা হয়।

বহৰীন

মালদ্বীপেও পানীৰ সমস্যাত পৰে। এবাৰ মালদ্বীপলৈ ভাৰতৰ পৰা পানী প্ৰেৰণ কৰা হৈছিল।

মালদ্বীপ

বিশ্বৰ ২০খন দেশ আছে য'ত প্ৰাকৃতিক নদী নাই। এই দেশে পানীৰ বাবে প্ৰযুক্তি বা অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰে।

২০ দেশ

পঢ়িবলৈ ক্লিক কৰক

যোগাসন