মূৰ বিষৰ পৰা কেনেকৈ আৰোগ্য লাভ কৰিব?

29 May 2024

অফিচত বহি কাম কৰিব নোৱাৰে,মূৰৰ বিষ। ষ্ট্ৰং কফি খোৱাৰ পিছতো মূৰৰ বিষ কমি নাযায়। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কি কৰিব ?

বিষ কমি নাযায়

মূৰৰ বিষ আৰম্ভ হ’লে কুহুমীয়া পানী খাব লাগে। মূৰৰ বিষ কমাব।

কুহুমীয়া পানী খাব 

মানসিক চাপে মাইগ্ৰেইনৰ সূচনা কৰিব পাৰে। গতিকে দৈনন্দিন জীৱনত মানসিক চাপ কমাবলৈ চেষ্টা কৰক আৰু ধ্যান কৰক।

ধ্যান কৰক

মূৰৰ বিষ কম কৰিবলৈ আপুনি এৰোমাথেৰাপিৰ সহায় ল’ব পাৰে। এই চিকিৎসাৰ বাবে পানীত কেইটোপালমান লেভেণ্ডাৰ, ইউকেলিপ্টাছ দিব। তাৰ পিছত পানীৰ গোন্ধ লওক।

এৰোমাথেৰাপিৰ সহায় ল’ব

মূৰৰ বিষৰ এটা নিশ্চিত প্ৰতিকাৰ হ’ল মালিচ। নিজেও মালিচ কৰিব পাৰে। দুয়োহাতেৰে কপালত মালিচ কৰিব পাৰে।

 মালিচ কৰিব পাৰে

বৰফৰ টুকুৰা এটা কাপোৰেৰে মেৰিয়াই মূৰ আৰু ডিঙিত হেঁচা মাৰি ধৰিব। ই আৰাম প্ৰদান কৰিব।

বৰফৰ টুকুৰা 

পঢ়িবলৈ ক্লিক কৰক

তৰমুজৰ অপকাৰিতা