কেনেকৈ জানিব সংগীৰ আপোনাৰ প্ৰতি প্ৰেম আছে নে নাই

২০  আগষ্ট, ২০২৪

Tv9 Assam

প্ৰেমৰ কোনো সংজ্ঞা নাই। প্ৰেমত সুখ, দুখ সকলো আছে। কিন্তু ভাল সংগীয়ে আপোনাৰ জীৱন সুন্দৰ কৰি তোলে।

প্ৰেম

প্ৰেমত বিশ্বাসঘাটকতাও আছে। কোনোবাই আপোনাক সঁচাকৈ ভাল পাই নে নাপাই সেয়া আপুনি জনাতো দৰকাৰ। তেতিয়া দুখ পোৱাৰ সম্ভাৱণা কম থাকে।

বিশ্বাঘাটকতা

যদি আপোনাৰ সংগীয়ে আপোনাৰ প্ৰতিটো কথা এৰাই চলে বা আপোনাক গুৰুত্ব নিদিয়ে তেতিয়া জানিব তেওঁৰ প্ৰেম নাই। এয়া একপক্ষীয়া প্ৰেম।

গুৰুত্ব

সম্পৰ্কত থাকিলে কাজিয়া লগা স্বাভাৱিক কথা। যদি সংগীয়ে এনে কাজিয়া সমাধান কৰাৰ প্ৰতি আগ্ৰহী নহয় তেন্তে গম পাব তেওঁৰ মনত আপোনাৰ বাবে প্ৰেম নাই।

কাজিয়া

যদি সংগীয়ে বাৰে বাৰে আপোনাক আঁতৰাই চলিব বিচাৰে তেন্তে ই শুভ লক্ষণ নহয়। বাৰে বাৰে সম্পৰ্ক ভঙাৰ কথা কৈ থকাও প্ৰেম নথকাৰ সংকেত।

আঁতৰি চলা

যদি আপোনাৰ সংগীয়ে আপোনাক বিভ্ৰান্ত কৰি ভাল পাই তেন্তে সেই সম্পৰ্কৰ পৰা আঁতৰি থাকক। আপোনাক ভাল পাই নে নাপাই সেয়া নিশ্চিত কৈ কোৱা প্ৰয়োজন

 বিভ্ৰান্ত

এয়া সম্যক ধাৰণাহে মাঁথো। আপোনাৰ সম্পৰ্কত সমস্যা হ'লে আপুনি বন্ধু বা বিশেষজ্ঞৰ সহায় ল'ব পাৰে।

ধাৰণা

পঢ়িবলৈ  ক্লিক কৰক 

ৰাজকুমাৰ ৰাও