TV9 ASSAM
ভাৰতৰ লাখ লাখ মানুহে নাগৰিকত্ব ত্যাগ কৰি বিদেশত বাস কৰিবলৈ আৰম্ভ কৰিছে।
চৰকাৰে সংসদক কোৱা তথ্য অনুসৰি, ৮,৩৪,৪৮২গৰাকী ভাৰতীয়ই যোৱা পাঁচ বছৰত দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে।
চৰকাৰৰ মতে, ২০১৯ চনত নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা আছিল ১,৪৪,০১৭ জন।
তথ্য অনুসৰি, ২০২০ চনত ভাৰত ত্যাগ কৰা লোকৰ সংখ্যা আছিল ৮৫,২৫৬জন
২০২১ত এই পৰিসংখ্যা বৃদ্ধি পাইছিল আৰু ১,৬৩,৩৭০ জন নাগৰিকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিছিল।
২০২২ চনত, এই সংখ্যা প্ৰায় দুগুণ হৈছিল আৰু প্ৰায় ২,২৫,৬২০জন লোকে ভাৰতৰ নাগৰিকত্বৰ এৰিছিল।
২০২৩ চনত ২,১৬,২১৯ জন লোকে ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰি আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে।
পঢ়িবলৈ ক্লিক কৰক