এনেকৈ আলু খালে শকত নহয় কেতিয়াও

২৪ অক্টোবৰ, ২০২৪

TV9 ASSAM

 প্ৰত্যোকৰে পাকঘৰত আলু থাকেই। প্ৰায় প্ৰতিবিধ সামগ্ৰী ৰন্ধাৰ সময়ত আলু ব্যৱহাৰ কৰা হয়। সব্জীৰ পৰা আৰম্ভ কৰি ভাজি, আলু পৰাঠাও বনোৱা হয়।

আলু

আলু বহুতৰে প্ৰিয়। জানিব পৰা মতে আলুত ফাইবাৰ, পোটেছিয়াম, ভিটামিন চি আৰু ভিটামিন বি ৬ আদি থাকে। যি শৰীৰৰ বাবে ভাল। কিন্তু বেছিকৈ খোৱা বেয়া।

পুষ্টিকৰ

ধৰ্মশিলা নাৰায়ইণ হাস্পাতালৰ ডায়টিশ্যিয়ান পায়েল শৰ্মাৰ মতে বেছিকৈ আলু খালে শকত হয় আৰু ৰক্তচাপ বৃদ্ধি হয়। আলুত থকা বিশেষ বস্তুৰ বাবে এনে হয়।

শকত

আলুত থকা ষ্টাৰ্চে শকত কৰে। এয়া উলিয়াবলৈ আলু বয়ল কৰিব লাগে আৰু পানীত কিছু সময় তিয়াই ৰাখিব লাগে। এনেদৰে ৰখাৰ পাছত আলু খালে কোনো সমস্যা নহয়।

বইল

আলু কটাৰ পাছত পানীত অলপ সময় তিয়াই ৰাখিব লাগে। অলপ সময় ৰখাৰ পাছত যেতিয়া পানীৰ ৰং সামান্য বগা তেতিয়া আলু খিনি ব্যৱহাৰৰ বাবে উপযুক্ত হয়।

পানী

 বিশেষজ্ঞই জনাই যে, যদি আপুনি এই দুটা টিপচ পালন কৰে তেন্তে ব্লাড চুগাৰ বৃদ্ধি নহয় আৰু মেদবহুলতাও নহয়। এনেকৈ আলু খালে শৰীৰত বেয়া প্ৰভাৱ নপৰে।

ৰোগ

বিশেষজ্ঞৰ মতে প্ৰতিদিৱে ২৫ ৰ পৰা ৩৫ গ্ৰাম আলু খাব পাৰিব। ইয়াতকৈও বেছি খালে শৰীৰত বেয়া প্ৰভাৱ পৰে। অতিৰিক্ত তথ্যৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

কিমান খাব আলু

পঢ়িবলৈ ক্লিক কৰক 

আৰ্থিক সমস্যা দূৰ কৰাৰ টিপচ