আচাৰ্য চাণক্যৰ নীতি শাস্ত্ৰৰ গ্ৰন্থ সমগ্ৰ বিশ্বতে জনপ্ৰিয়।
26 Dec 2024
TV9 ASSAM
শাস্ত্ৰত এজন ব্যক্তিৰ জীৱনৰ লগত জড়িত প্ৰতিটো দিশৰ বৰ্ণনা কৰিছে।
টিপছ
গোটেই জীৱন দৰিদ্ৰ হৈ থকা বহু লোক আছে। ইয়াৰ কাৰণ জানেনে?
চাণক্য
আচাৰ্য চাণক্যৰ নীতি শাস্ত্ৰত এজন ব্যক্তিৰ দৰিদ্ৰতাৰ প্ৰথম কাৰণ হৈছে কৰ্ম।
কৰ্ম
কিছুমান ভুল ঠাইত থকাৰ বাবে এজন ব্যক্তিয়ে জীৱনত উন্নতি কৰিব নোৱাৰে।
চাণক্য নীতি
যি স্থানত বেদ জনা ব্ৰাহ্মণৰ নাথাকে, সেই স্থানত থকা লোকসকল সদায় দৰিদ্ৰ।
ব্ৰাক্ষ্মণ
যি ঠাইত প্ৰতাপী ৰজা নাথাকে, তাত কোনো শাসন ব্যৱস্থা নাথাকে।
প্ৰতাপী ৰজা
নদী নথকা ঠাইত বসবাস কৰাটো উপযুক্ত নহয়।
চাণক্য নীতি
চাবলৈ ক্লিক কৰক
কালসৰ্প দোষ
Learn more