২৪ জুলাই, ২০২৪
Tv9 Assam
গৰুড় পুৰাণ অনুসৰি যেতিয়া এজন মানুহৰ মৃত্যুৰ সময় আহে তেতিয়া ব্যক্তিৰ হাতৰ ৰেখা আৰু শৰীৰত কিছু পৰিবৰ্তনে দেখা দিয়ে।
শাস্ত্ৰত মৃত্যুক চিৰন্তন সত্য বুলি কোৱা হয়। পৃথিৱীত জন্ম হ'লে মৃত্যু হ'বই। কিন্তু এই সত্য মানুহে মানি ল'বলৈ টান পায়।
গৰুড় পুৰাণ অনুসৰি যাৰ মৃত্যু কাষ চাপি আহে সেই মানুহজনে আশে পাশে যমৰাজক কল্পনা কৰে। লগতে আশে পাশে নেতিবাচক শক্তিৰ প্ৰভাৱ অনুভৱ কৰে। যাৰ বাবে ভয় খাই থাকে।
গৰুড় পুৰাণ অনুসৰি বহু সময়ত মানুহে মৃত্যুৰ সময়ত ওচৰত বহি থকা লোকজনকো দেখা নাপায়
গৰুড় পুৰাণ অনুসৰি মৃত্যু কাষ চাপিলে মানুহৰ হাতৰ ৰেখা ক'লা বা নীলা ৰঙৰ দৰে দেখা যায়। মৃত্যুৰ পূৰ্বে মানুহৰ হাতৰ ৰেখা দুৰ্বল আৰু কিছুমান নাইকীয়া হৈ যায়।
গৰুড় পুৰাণ অনুসৰি মানুহে মৃত্যুৰ পূৰ্বে পূৰ্বপুৰুষৰ লগত থকাৰ দৰে অনুভৱ কৰে। বহুতৰে ছাঁ দেখাও পায়।
কিছুমান মানুহৰ নাকৰে এটা অদ্ভুত শব্দ ওলায়। কোৱা হয় যে এই লক্ষণবোৰ মৃত্যুৰ দুদিন বা তিনিদিন আগতে দেখা দিয়ে।
পঢ়িবলৈ ক্লিক কৰক