ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ।

8 October 2024

 TV9 Assam

 পৰিচালিত‘বিৰুবালা- উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বিশেষ বঁটা।

আইমী বৰুৱা

 ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা গ্ৰহণ কৰে এই সন্মান। 

সন্মান

ডাইনী অন্ধবিশ্বাস-কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিছিল পদ্মশ্ৰী বিৰুবালা ৰাভাই।

বিৰুবালা ৰাভা কোন?

২০২১ চনত বিৰুবালা ৰাভাক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল।

পদ্মশ্ৰী বিৰুবালা

আজি প্ৰদান কৰা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। 

বঁটা

আইমীয়ে অভিনেত্ৰীৰ লগতে পৰিচালিকা হিচাপেও মৰম বুটলিছে।

অভিনেত্ৰী

আইমী বৰুৱাৰ এই সন্মানকলৈ আনন্দিত অনুৰাগী।

সন্মান

কাইলৈ ষষ্ঠী

চাবলৈ ক্লিক কৰক