অসমৰ কিমান শতাংশ মহিলাই সুৰাপান কৰে ?

25 April 2025

TV9 ASSAM

Photos Credit:Getty Images

ভাৰতৰ কেইখনমান ৰাজ্যত পুৰুষতকৈ মহিলাই অধিক মদ্যপান কৰে । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (২০১৯–২০২১)ত প্ৰকাশ পাইছে এই তথ্য। 

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ

শীৰ্ষত আছে অৰুণাচল প্ৰদেশৰ। অৰুণাচল প্ৰদেশৰ ২৪.২ শতাংশ মহিলাই সেৱন কৰে সুৰা । এই ক্ষেত্ৰত প্ৰচলিত পৰম্পৰাৰ প্ৰভাৱ আছে ।

অৰুণাচল প্ৰদেশ

ছিকিমত ১৬.২ শতাংশ মহিলাই সুৰাপান কৰে। বহু পৰিয়ালে নিজাকৈ স্থানীয় পানীয় তৈয়াৰ কৰে । যিটো পৰম্পৰাৰ অংশ ।

ছিকিম

অসমৰ ৭.৩ শতাংশ মহিলাই সুৰাপান কৰে । ইয়াত জনগোষ্ঠীয় পৰম্পৰাৰ প্ৰভাৱ আছে । পুৰুষ আৰু মহিলা উভয়ৰে মাজত হুইস্কি জনপ্ৰিয়।

অসম

তেলেংগানাত ৬.৭ শতাংশ মহিলাই সুৰা সেৱন কৰে। চহৰতকৈ গাঁৱত এই হাৰ বেছি। মহিলাসকলৰ মাজত হুইস্কি আৰু বিয়েৰ সৰ্বাধিক জনপ্ৰিয় ।

তেলেংগানা

ঝাৰখণ্ডত ৬.১ শতাংশ মহিলাই সুৰাপান কৰা দেখা যায়। বহু জনজাতীয় অঞ্চলত মদ সাংস্কৃতিক ৰীতি-নীতিৰ অংশ ।

ঝাৰখণ্ড

এই দ্বীপসমূহত ৫ শতাংশ মহিলাই মদ্যপান কৰে। স্থানীয়ভাৱে তৈয়াৰ কৰা নিচাযুক্ত পানীয় সৰ্বাধিক প্ৰচলন হয় ।

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ

ছত্তীশগড়ত ৪.৯ শতাংশ মহিলাই সুৰা সেৱন কৰে। হুইস্কি আৰু ভদকা আটাইতকৈ জনপ্ৰিয়। ইয়াৰ মহিলাসকলে নিজৰ পছন্দ অনুসৰি মদ্যপান কৰে ।

ছত্তীশগড়

পঢ়িবলৈ ক্লিক কৰক

ভাৰতীয় ১ টকাৰ মূল্য পাকিস্থানত কিমান হয়?