মাজে মাজে মদ খালেও ৬ প্ৰকাৰৰ কৰ্কট ৰোগ হ’ব পাৰে

6 July 2024

Tv9 Assam

বৰ্তমান কৰ্কট ৰোগৰ আঁৰৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। কিন্তু মদ্যপানৰ ফলত কেন্সাৰ কোষৰ সৃষ্টি হোৱাটো নিশ্চিত।

মদ্যপানৰ ফলত কেন্সাৰ

মদ্যপানে মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। চিগাৰেটৰ দৰে মদ্যপানেও শৰীৰৰ ওপৰত কাৰ্চিনোজেনিক প্ৰভাৱ পেলাব পাৰে।

মুখ আৰু ডিঙিৰ কৰ্কট ৰোগ

মদ্যপান কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। দীৰ্ঘদিনীয়া মদ্যপান কৰা লোকৰ খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি।

খাদ্যনলীৰ কৰ্কট ৰোগ

প্ৰায় সকলোৱে জানে যে মদ্যপানৰ ফলত লিভাৰৰ ক্ষতি হয়। মদ্যপানৰ ফলত লিভাৰৰ কেন্সাৰ হ'ব পাৰে ।

লিভাৰৰ কেন্সাৰ

মহিলাৰ ক্ষেত্ৰত স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি। এই সম্ভাৱনা মদ্যপানৰ ফলত আৰু অধিক ভয়াৱহ হৈ পৰে। মদ্যপানে শৰীৰত ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি কৰে ।

স্তন কেন্সাৰ

অধ্যয়নত দেখা গৈছে যে মদ্যপান কৰা লোকৰ মলদ্বাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা সৰ্বাধিক। গতিকে সাৱধান হওক এতিয়াৰ পৰা ।

 মলদ্বাৰৰ কৰ্কট ৰোগ

মদ্যপান কৰিলেও পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। পেটৰ কৰ্কট ৰোগৰ বাবে মদ্যপান দায়ী। 

 পেটৰ কৰ্কট ৰোগ

পঢ়িবলৈ ক্লিক কৰক

জগন্নাথৰ ৰথৰ কাঠ কি কামত ব্যৱহাৰ হয় ?