দেশৰ কোনগৰাকী অভিনেতাই লয় সৰ্বাধিক পাৰিশ্ৰমিক!

28 April 2025

TV9 ASSAM

এইক্ষেত্ৰত তেলেগু ছুপাৰষ্টাৰ আল্লু অৰ্জুন শীৰ্ষত আছে। ‘পুষ্পা ২’ৰে অভিলেখ ৰচা আল্লুৱে ছবিখনৰ বাবে ৩০০ কোটি টকা লোৱা বুলি প্ৰকাশ পাইছে।

আল্লু অৰ্জুন

তামিল ছুপাৰষ্টাৰ ৰজনীকান্ত বৰ্তমান লোকেশ কানাগৰাজৰ ছবি ‘কুলি’ত ব্যস্ত। খবৰ অনুসৰি তেওঁ ছবিখনৰ বাবে ২৬০ৰ পৰা ২৮০ কোটি টকা লৈছে।

ৰজনীকান্ত

তামিল চিনেমাৰে মেগাষ্টাৰ থালাপথী বিজয়ৰ নামো তেওঁৰ প্ৰতিখন ছবিৰ বাবে ১৩০ৰ পৰা ২৭৫ কোটি টকা লয় বুলি প্ৰকাশ পাইছে।

থালাপথী বিজয়

বলীউডৰ কিং খান শ্বাহৰুখ এই তালিকাত চতুৰ্থ স্থানত আছে। সাধাৰণতে শ্বাহৰুখে প্ৰতিখন ছবিৰ বাবে ১৫০ৰ পৰা ২৫০ কোটি টকা লয়।

শ্বাহৰুখ খান

মিষ্টাৰ পাৰ্ফেক্টনিষ্ট আমিৰ খান পঞ্চম সৰ্বাধিক দৰমহা পোৱা অভিনেতা। প্ৰতিখন ছবিৰ বাবে তেওঁ ১০০ৰ পৰা ২৭৫ কোটি টকা লয় বুলি প্ৰকাশ।

আমিৰ খান

বাহুবলীৰ জৰিয়তে অধিক জনপ্ৰিয় হৈ পৰা দক্ষিণৰ অভিনেতা প্ৰভাছে প্ৰতিখন ছবিৰ বাবে ১০০ৰ পৰা ২০০ কোটি টকা লয় বুলি চৰ্চিত হৈছে।

প্ৰভাস

চৰ্চা অনুসৰি ইয়াৰ পিছতে তালিকাৰ শীৰ্ষ দহত আছে ক্ৰমে অজিথ কুমাৰ, ছলমান খান, কমল হাছান আৰু অক্ষয় কুমাৰ।

আছে এইসকলো

পঢ়িবলৈ ক্লিক কৰক 

আই পি এলত সূৰ্যৰ বৃহৎ ৰেকৰ্ড