অনন্ত আম্বানী কি কি বিষয়ৰ বাবে বিখ্যাত?

27 April 2025

TV9 ASSAM

মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী বিলাসী জীৱনশৈলী, ব্যৱসায় আৰু সামাজিক পদক্ষেপৰ বাবে যথেষ্ট বিখ্যাত । তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ৩.৩ লাখ কোটি টকা। 

সম্পত্তিৰ পৰিমাণ

অনন্ত আম্বানীৰ বিয়া আৰু প্ৰি-ৱেডিঙৰ কথা কেৱল দেশতে নহয়, বিদেশতো চৰ্চিত হৈ পৰিছিল। অনন্ত আৰু ৰাধিকাৰ বিয়াত মুঠ খৰচ হৈছিল ৫ হাজাৰ কোটি টকা।

দামী প্ৰি-ৱেডিং

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত অনন্ত আম্বানীয়ে শক্তি ব্যৱসায় বিশেষকৈ সেউজ শক্তিৰ নেতৃত্ব দিছে। তেওঁৰ লক্ষ্য ২০৩৫ চনৰ ভিতৰত কোম্পানীটোক ‘নেট কাৰ্বন জিৰ’ কৰি তোলা।

ব্যৱসায়ৰ দায়িত্ব

অনন্ত আম্বানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰা প্ৰায় ৪.২ কোটি টকা বাৰ্ষিক দৰমহা লাভ কৰে। কিন্তু তেওঁৰ উপাৰ্জনৰ ডাঙৰ অংশ লাভাংশ আৰু বিনিয়োগৰ পৰাই আহে।

দৰমহা আৰু আয়ৰ উৎস

তেওঁৰ বিয়াত শ্বাহৰুখ খানৰ পৰা ৪০ কোটি টকাৰ ফ্ৰান্সত দামী এপাৰ্টমেণ্ট আৰু পিতৃ মুকেশ আম্বানীয়ে ডুবাইত ৬৪০ কোটি টকাৰ বিলাসী ভিলা উপহাৰ দিয়ে।

আটাইতকৈ দামী উপহাৰ

২০২৫ চনৰ মাৰ্চ মাহত অনন্ত আম্বানীয়ে গুজৰাটৰ জামনগৰত বনতাৰা বন্যপ্ৰাণী পুনৰ্বাসন আৰু উদ্ধাৰ কেন্দ্ৰ উদ্বোধন কৰে। এই প্ৰকল্পটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বনতাৰা

দামী দামী ঘড়ীৰ প্ৰতি আকৰ্ষিত অনন্ত আম্বানী। তেওঁৰ হাতত আছে পেটেক ফিলিপ গ্ৰেণ্ডমাষ্টাৰ চাইম ঘড়ী। ইয়াৰ মূল্য ১৮ কোটিতকৈও অধিক।

কোটি কোটি মূল্যৰ ঘড়ী

পঢ়িবলৈ ক্লিক কৰক

ৰাতি আম খোৱাটো কিয় ক্ষতিকাৰক হ'ব পাৰে?