TV9 ASSAM
ঘৰৰ পশ্চিম দিশত কেতিয়াও চিৰি বনাব নালাগে। এনে কৰিলে জীৱনত ধনৰ সমস্যাই লগ নেৰে বুলি কোৱা হয়।
যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈ থৈছে তেন্তে সেয়া মঙলবাৰে পৰিশোধ কৰা ভাল। এনে কৰিলে সোনকালেই আপুনি ঋণৰ পৰা মুক্ত হৈ পৰিব।
ঘৰ বা দোকানত কেতিয়াও ক'লা ৰং কৰিব নালাগে। ইয়াৰোপৰি বহু প্ৰকাৰৰ ৰঙেৰে দেৱালত ৰং কৰিব নালাগে। এনে কৰিলে ধনৰ সমস্যাৰ সৃষ্টি হয়।
বাস্তু শাস্ত্ৰ অনুসৰি পাকঘৰত গেছ চিলিণ্ডাৰ বা চৌকা পূৱ দিশত ৰাখিব লাগে। এনে কৰিলে মানুহে সোনকালে ঋণমুক্ত হৈ বুলি কোৱা হয়।
যদি আপোনাৰ ঘৰৰ বাথৰুম দক্ষিম- পশ্চিম দিশত আছে তেন্তে বাথৰুমৰ কোনত এটা বাতিত নিমখ ভৰাই ৰাখি দিব লাগে। এনে কৰিলে বাস্তু দোষ দূৰ হয়।
কিছুমান মানুহে খাদ্য গ্ৰহণ কৰাৰ পাছত বাচন নুধুৱাকৈ থৈ দিয়ে। এনে কৰা অশুভ। কোৱা হয়, এনে কৰিলে ধনৰ সমস্যাই দেখা দিয়ে আৰু ঋণৰ লগতে দৰিদ্ৰ হয়।
যদি ঘৰৰ মূল মানুহজনৰ কোঠা উত্তৰ-পশ্চিম দিশত হয় তেন্তে ই অশুভ। ইয়াৰ ফলত ঋণৰ সমস্যা বৃদ্ধি হয় বুলি কোৱা হয়।
পঢ়িবলৈ ক্লক কৰক