মহাভাৰতৰ কোনো যোদ্ধাৰ ওচৰত নাছিল অৰ্জুনৰ এই ৭ গুণ

২৩ অক্টোবৰ, ২০২৪

TV9 ASSAM

মহাভাৰতৰ কথা অনুসৰি, অৰ্জুন এগৰাকী মহান যোদ্ধা আছিল। তেওঁৰ ওচৰত ৭ টা গুণ আছিল যি মহাভাৰতৰ কোনো যোদ্ধাৰ ওচৰত নাছিল। অৰ্জুন ধনু বিদ্যাতো পাৰ্গত আছিল।

মহান যোদ্ধা

ধৈৰ্য মানুহৰ সবাতোকৈ ডাঙৰ গুণ। কোৱা হয়, যুদ্ধৰ জটিল পৰিস্থিতিৰ সময়তো অৰ্জুন সদায় শান্ত হৈ আছিল আৰু যুক্তি মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ধৈৰ্য

অৰ্জুনৰ স্বভাৱ সৰল আছিল আৰু তেওঁ আন্তৰিকতা ৰাখিছিল। সদায় তেওঁ সত্যৰ পথত চলিছিল। অৰ্জুনৰ এই গুণে তেওঁক মহান কৰি তোলে।

আন্তৰিকতা

অৰ্জুনে জটিল পৰিস্থিতিটো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছিল। তেওঁ ভাল বেয়াৰ সিদ্ধান্ত কৰিব পাৰিছিল। যাৰ বাবে তেওঁ কৌৰৱৰ ডাঙৰ ডাঙৰ যোদ্ধাক পৰাজয় কৰিব পাৰিছিল।

বিবেক

অৰ্জুন জটিল পৰিস্থিতিটো কেতিয়াও পিছুৱাই অহা নাছিল। তেওঁ জীৱনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিন্তু সদায় জয়ৰ দিশে গতি কৰিছিল।

শৌৰ্য

অৰ্জুনে সদায় নিজৰ কৰ্তব্য পালন কৰিছিল। যিমানেই জটিল পৰিস্থিতি নহওক কিয় তেওঁ সদায় কৰ্মৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

কৰ্ম

ভগৱান কৃষ্ণৰ প্ৰতি থকা বিশ্বাসে তেওঁক এক অন্য শক্তি প্ৰদান কৰিছিল। দুৰ্যোধনে মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণৰ সেনা বিচাৰিছিল কিন্তু অৰ্জুনে বিচাৰিছিল তেওঁৰ সহযোগ। এয়া আছিল জয়ৰ কাৰণ।

ভক্তি আৰু বিশ্বাস

পঢ়িবলৈ ক্লিক কৰক 

ছলমান খানৰ প্ৰথম প্ৰেমিকা