অৰুণাচল প্ৰদেশৰ নিৱাসী বৰেণ্য সাহিত্যিক য়েছে দৰজে ঠংচিক বিশেষ সন্মান। 

31 Dec 2024

TV9 ASSAM

অসম গ্ৰন্থমেলাত "অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৪" প্ৰদান কৰে শিক্ষামন্ত্ৰীয়ে।

বঁটা প্ৰদান

"ধাৰ আৰু অন্যান্য গল্প" পুথিৰ বাবে বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয়।

গ্ৰন্থৰ নাম

আজি শেহতীয়া উপন্যাস "ঢোলৰ ছেৱত লামছিৱা" গ্ৰন্থখনি উন্মোচন হয় অসম গ্ৰন্থমেলাত।

নতুন গ্ৰন্থ

 জনজাতীয় ঐতিহ্যৰ পুনৰুদ্ধাৰৰ বাবে সমাজখনত সৃষ্টি হোৱা জাতীয় চেতনাৰ কাহিনী।

কি আছে কাহিনীত?

এই অনুষ্ঠানতে বনলতা প্ৰকাশনৰ স্বত্বাধিকাৰ শ্ৰীঅনন্ত হাজৰিকাকো বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰদান

 এই নতুন উপন্যাসখন পঢ়ি চাবলৈ পাঠক সমাজলৈ অনুৰোধ জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

ভাষণ

অসম গ্ৰন্থমেলাৰ প্ৰথম ৫ দিনতে ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী। ২০২৫ বৰ্ষটো হ'ব অসমৰ বাবে গ্ৰন্থ বৰ্ষ।

গ্ৰন্থ বৰ্ষ

চাবলৈ ক্লিক কৰক 

বন্ধ হৈ পৰিব WhatsApp!