মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০

19 Oct 2024

TV9 ASSAM

এই অভিযানৰ অধীনত এইবাৰ ৭৫ হাজাৰ যুৱক-যুৱতীক উদ্যোগীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

আৰ্থিক সাহায্য

ৰাজ্যৰ চৰকাৰৰ এই অভিযানৰ লক্ষ্য হৈছে অসমত উদ্যোগীকৰণৰ চিন্তা-চেতনা গঢ়ি তোলা আৰু ৰাজ্যখনৰ প্ৰগতিৰ ধাৰাবাহিকতা অতুত ৰখা ।

অসমত উদ্যোগীকৰণ

এই আৰ্থিক অনুদান প্ৰদান কৰাৰ বাবে ৰাজ্যৰ ১২৬টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ পৰা যুৱক-যুৱতীসকলক নিৰ্বাচিত কৰাৰ বাবে চৰকাৰে চেষ্টা কৰিব।

যুৱক-যুৱতীসকলক নিৰ্বাচন

এই অভিযানৰ অধীনত আৰ্থিক সাহায্য পাবলৈ যুৱক-যুৱতীসকলে ১৮ নৱেম্বৰৰ ভিতৰত নিদিষ্ট পৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰিব ।

নাম পঞ্জীয়ন

हेल्दी रहने के लिए हमारे शरीर के लिए विटामिन्स बेहद जरूरी है. विटामिन्स हमें ऊर्जा देने के साथ-साथ शरीर रो बीमारियों से बचाते हैं

আবেদন প্ৰক্ৰিয়া

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ অধীনত সাধাৰণ আবেদনকাৰীৰ বাবে ২ লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব ।

সাধাৰণ আবেদনকাৰী

অভিযান্ত্ৰিক, চিকিৎসা, কৃষি আৰু পশু চিকিৎসাৰ দৰে পেছাদাৰী ডিগ্ৰীধাৰীক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ।

পেছাদাৰী ডিগ্ৰীধাৰী

পঢ়িবলৈ ক্লিক কৰক

দীপাৱলীত কিমান চাকি জ্বলাব লাগে