অসমৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন।

15 Nov 2024

TV9 ASSAM

মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ আয়োজন।

seaplane 

পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ বিশেষ পদক্ষেপ৷

পৰ্যটন

এই অনুষ্ঠানত উপষ্ঠিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

উপস্থিত

LGBI বিমানবন্দৰৰ পৰা উৰা মাৰি পাণ্ডু ঘাটত অৱতৰণ।

প্ৰদৰ্শন

 ছিপ্লেনৰ সম্ভাৱনীয়তাক উজ্জ্বল কৰি তুলিছে।

অসমৰ পৰ্যটন

মেচাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ক কৃতজ্ঞতা।

কৃতজ্ঞতা

অসমৰ পৰ্যটনক উন্নীত কৰিবলৈ চৰকাৰ আগ্ৰহী।

পৰ্যটন

চাবলৈ ক্লিক কৰক 

চাণক্য নীতি