বিশ্বৰ ১০বিধ আমেৰে প্ৰস্তুত কৰা খাদ্যৰ তালিকাত শীৰ্ষত আমৰস, কেনেদৰে বনাব জানো আহক

১৯ জুন ২০২৪

 TV9 Assam

আম প্ৰায় সকলোৰে বাবে প্ৰিয় খাদ্য।

আম

পকা হওক বা কেচাঁ সকলোৱে গৰম দিনত খাবলৈ ভাল পায়।

প্ৰিয়

টেষ্ট এটলছে বিশ্বৰ ১০খন দেশত তৈয়াৰ কৰা আমৰ ৰেচিপিৰ পৰা শীৰ্ষ ১০টাৰ তালিকা প্ৰকাশ কৰিছে।

শীৰ্ষত

য'ত প্ৰথম স্থান পাইছে মহাৰাষ্ট্ৰৰ পৰম্পৰাগত ৰেচিপি আমৰসে।

প্ৰথম

গৰমৰ দিনত আম খোৱাৰ মজাই সুকীয়া। সেয়ে ই আটাইতকৈ প্ৰিয় ফল।

আম

পকা আম বিভিন্ন ধৰণৰ মিঠাই আৰু পানীয়, আইচ ক্ৰীম বনাই খোৱা হয়। 

ৰেচিপি

ৰেচিপি

অধিক পকা আম, উতলাই ঠাণ্ডা কৰি লোৱা গাখীৰ, কেশৰ, বৰফৰ টুকুৰা আৰু চেনী লওঁক। যদি বিচাৰে, আপুনি ইয়াত কিছু বাদাম যোগ দিব পাৰে।

চাবলৈ ক্লিক কৰক

আঘাত পালে প্ৰিয়ংকাই!