কৰ্দ্দৈৰ উপকাৰী আৰু অপকাৰী গুণ আছে।
12 Dec 2024
TV9 ASSAM
কেলচিয়াম,মেগনেছিয়াম আৰু ফছফৰাছ থাকে৷
উপাদান
ইয়াত Oxalic acid থাকে।
উপাদান
বেছিকৈ খালে বৃক্কৰ পাথৰ হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে৷
কি হ'ব পাৰে?
অত্যধিক পৰিমাণে অক্স’লেট আৰু নিউৰো টক্সিন থাকে।
বৃক্কৰ সমস্যা
ইয়াক ইংৰাজীত star ফল বুলিও কয়।
কৰ্দ্দৈক
কেঁচা কৰ্দ্দৈ খালে শৌচ পনীয়া হোৱা ৰোগীয়ে খালে ভাল ফল পায়৷
উপকাৰ
দাঁত আলুৰ ৰক্তক্ষৰণ আৰু জণ্ডিছ ৰোগীৰ বাবে ভাল৷
উপকাৰ
চাবলৈ ক্লিক কৰক
খোৱাৰ সময়ত মোবাইল
Learn more