খাদ্যত মছলাৰ ব্যৱহাৰ কিদৰে আৰম্ভ হৈছিল!

২৬ আগষ্ট, ২০২৪

TV9 ASSAM

আমাৰ দৈনন্দিন খাদ্য সুস্বাদু আৰু ৰুচিকৰ কৰি তুলিবলৈ খাদ্যত মছলাৰ ব্যৱহাৰ কৰা হয়। মছলাৰ ব্যৱহাৰে সোৱাদৰ লগতে স্বাস্থ্যৰো উপকাৰ সাধন কৰে।

মছলাৰ গুণ

যেতিয়া মানুহে মছলাৰ বিষয়ে নাজানিছিল, তেতিয়া খাদ্য কিদৰে সুস্বাদু কৰি তুলিছিল? জানেনে এই বিষয়ে?

কিদৰে হৈছিল আৱিষ্কাৰ

জানিব পৰা মতে মছলাৰ বিষয়ে মানুহে ভুলৰ পৰাহে জানিব পাৰিছিল। চিকাৰ কৰা মাংস কিছুমান উদ্ভিদৰ পাতত মেৰিয়াই লৈছিল।

ভুলতে হৈছিল ব্যৱহাৰ

এইদৰে কিছুমান বিশেষ পাতত থোৱাৰ ফলত মাংসৰ সোৱাদ বৃদ্ধি পায় বুলি মানুহে লক্ষ্য কৰিছিল। এইদৰেই পিছত মছলা আৰু বনৌষধিৰ ব্যৱহাৰ আৰম্ভ হয়।

সোৱাদ বৃদ্ধিৰ উমান

তথ্য অনুসৰি ইজিপ্তত পিৰামিড নিৰ্মাণ কৰা শ্ৰমিকসকলে সুস্থ হৈ থাকিবলৈ পিয়াঁজ আৰু নহৰু খাইছিল।

শ্ৰমিকে খাইছিল পিঁয়াজ

জালুক, ডালচেনি, হালধি, ইলাচি আদি মছলা আৰু বনৌষধি ভাৰতীয়সকলে হাজাৰ হাজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে।

ভাৰতীয় পৰম্পৰা

মধ্যযুগত মছলা বিশ্ব অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল। সোণ আৰু ৰত্নৰ দৰেই মূল্যৱান আছিল মছলা।

অৰ্থনৈতিক গুৰুত্ব

পঢ়িবলৈ ক্লিক কৰক

এই লক্ষণসমূহে সম্ভেদ দিয়ে ডায়েবেটিছৰ!