জালুকৰ উপকাৰিতা

10 AUG 2024

TV9 ASSAM

জালুক শৰীৰৰ পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপকাৰী ।

পাচনতন্ত্ৰ

কেঁচা জালুক খালে পেটৰ পৰা হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়। ই শৰীৰত প্ৰ’টিন গলাত সহায় কৰে আৰু অন্ত্ৰ পৰিষ্কাৰ কৰে।

অন্ত্ৰ পৰিষ্কাৰ

কেৱল বদহজম, পেট ফুলাৰ সমস্যাই নহয়, গাঁঠিৰ বিষৰ পৰা মুক্তি পাবলৈ জালুক অতি উপকাৰী।

গাঁঠিৰ বিষৰ পৰা মুক্তি

দৈনিক খাদ্যত জালুক অন্তৰ্ভুক্ত কৰিলে গাঁঠিৰ বিষ, পেট ফুলা আদিৰ পৰা উপশম পাব পাৰি ।

পেট ফুলা

জালুকত থকা পাইপেৰিন আৰু মেদবহুলতা প্ৰতিৰোধী গুণে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে ।

ওজন হ্ৰাস

জালুকে কেন্সাৰকে ধৰি বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। হালধিৰ লগত জালুক মিহলি কৰিলে কেন্সাৰ প্ৰতিৰোধ হয়। ইয়াৰ উপৰিও চৰ্দি আৰু কাহৰ পৰা ৰক্ষা কৰে ।

কেন্সাৰ প্ৰতিৰোধ

 পঢ়িবলৈ ক্লিক কৰক

শাক-পাচলিয়ে হ্ৰাস কৰিব ওজন