তেজ পাতৰ পানীৰ স্বাস্থ্য উপকাৰিতা

16 Oct 2024

TV9 ASSAM

মাছ-মাংসৰ উপৰিও অন্যান্য আঞ্জাত প্ৰায়ে তেজ পাত ব্যৱহাৰ কৰা হয় । তেজ পাতত বহুতো উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী।

তেজ পাত ব্যৱহাৰ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি শৰীৰৰ অতিৰিক্ত ওজন নিয়ন্ত্ৰণ কৰালৈকে তেজ পাত অতি উপকাৰী ।

ৰোগ প্ৰতিৰোধ ক্ষমতা

তেজ পাত তিয়াই থোৱা পানী স্বাস্থ্য বাবে অধিক উপকাৰী বুলি কোৱা হয় । এই পানীয়ই পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে।

পাচনতন্ত্ৰৰ সমস্যা

তেজ পাত তিয়াই থোৱা পানী খালে শৰীৰত জমা হোৱা সকলো বিষাক্ত পদাৰ্থ আঁতৰি যায়। ই যকৃতৰ কাৰ্য্যক্ষমতা উন্নত কৰে। 

বিষাক্ত পদাৰ্থ

তেজ পাতত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ বিভিন্ন শাৰীৰিক কাৰ্য পৰিচালনাত সহায় কৰে। তেজ পাত তিয়াই থোৱা পানী খালে শৰীৰত ভিটামিন চিৰ অভাৱ দূৰ কৰে ।

ভিটামিন চিৰ অভাৱ

তেজ পাতত আঁহ থাকে । তেজ পাত তিয়াই থোৱা পানী খালে অন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। লগতে ওজন হ্ৰাস কৰাত সহায় কৰে ।

আঁহ থাকে

তেজ পাতে বেয়া কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰে । তদুপৰি তেজ পাত তিয়াই থোৱা পানী ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

ৰোগীৰ বাবে উপকাৰী

পঢ়িবলৈ ক্লিক কৰক

খাদ্যত তেলৰ পৰিমাণ হ্ৰাস কৰাৰ উপায়