বহি থকা অৱস্থাত পানী খালে কি হয় জানেনে?

১১ নৱেম্বৰ ২০২৪

TV9 ASSAM

থিয় হৈ নে বহি- কিদৰে আমি প্ৰকৃততে পানী খাব লাগে সেই সন্দৰ্ভত প্ৰায়ে আমি প্ৰশ্নৰ সন্মুখীন হওঁ বা এইক্ষেত্ৰত পৃথক মত দেখা পাওঁ।

কিদৰে খাব পানী

থিয় হৈ পানী খালে আঁঠু বা হাড়ৰ বিষ হয় বুলি বহু লোকে কয় যদিও ICMR- এ এনে কোনো বৈজ্ঞানিক প্ৰমাণ নাই বুলি উল্লেখ কৰিছে।

ICMRৰ মত

বিশেষজ্ঞসকলে বহি লৈ গিলাচ মুখত ধৰি লাহে লাহে পানী খালে শৰীৰ উপকৃত হয় বুলি মতামত আগবঢ়াইছে।

বিশেষজ্ঞৰ মত

জয়পুৰৰ আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ কিৰণ গুপ্তাৰ মতে বহি লৈ লাহে লাহে পানীত চুমুক দিলে লেলাৱতিও আমাৰ পেটলৈ যায়।

উপকাৰ

এইদৰে এনজাইমবোৰ সক্ৰিয় হয় আৰু ভিটামিন, খনিজ পদাৰ্থবোৰ হজম হোৱাৰ সমান্তৰালকৈ হজম শক্তি উন্নত হয় বুলি তেওঁ কয়।

এনে ফল লাভ

তেওঁ কয় যে বহি পানী খালে অন্ত্ৰই ভালদৰে শোষণ কৰিবলৈ সক্ষম হয়। থিয় হৈ পানী খালে এনে ফল হালদৰে লাভ নকৰে বুলি তেওঁ কয়।

অন্ত্ৰৰ উপকাৰিতা

থিয় হৈ পানী খালে আঁঠুত কোনো সমস্যা নহ’লেও অতিৰিক্ত চাপ পৰিব পাৰে। আমি বহি লৈ পানী খালে গেছ বা বমিৰ সমস্যা নহয়।

গেছ ৰোধ

পঢ়িবলৈ ক্লিক কৰক

ঋতুজনিত স্বাস্থ্যৰ সমস্যা কেনেকৈ ৰোধ কৰিব ?