প্ৰতিদিনে পুৱা তুলসী পাত খালে কি হয়? 

13  Nov 2024

TV9 ASSAM

প্ৰায় সকলোৰে ঘৰত তুলসী গছ থাকে। ঔষধি গুণেৰে ভৰপুৰ তুলসী শৰীৰৰ বাবে বহু উপকাৰী। প্ৰতিদিনে পুৱা তুলসী পাত খোৱা স্বাস্থ্যৰ বাবে ভাল।

তুলসী পাত

 প্ৰতিদিনে পুৱা কুহুমীয়া পানীত তুলসীৰ ৪ টা পাত দি খাব লাগে। প্ৰতিদিনে এনেকৈ তুলসী পাত খালে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।

এনেকৈ খাব

ঠাণ্ডাৰ দিনত প্ৰতিদিনে তুলসী পাত খালে ছৰ্দি, কাঁহ, জ্বৰ, আন ভাইৰেল আজি সমস্যাৰ পৰা কিছু পৰিমাণে সকাহ পোৱা যায়।

ছৰ্দি

প্ৰতিদিনে পুৱা তুলসী পাত খালে মাংসপেশীৰ বিষ,বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। লগতে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষয়ৰ বাবেও ই ভাল।

বিষ

তুলসী পাত বৃক্কৰ বাবেও ভাল। প্ৰতিদিনে পুৱা কুহুমীয়া পানীত তুলসী পাত মিহলাই খালে কিডনী ষ্টোন  হোৱাৰ সম্ভাৱনা কম থাকে আৰু ইউৰিক এচিড কন্ট্ৰোল থাকে।

বৃক্ক

প্ৰতিদিনে পুৱা তুলসী পাত খালে বহু উপকাৰ হয়। ইযাৰ ফলত বৃক্ক, লিভাৰ, পাচন তন্ত্ৰ আদিৰ লগত জড়িত সমস্যা বহু পৰিমাণে নোহোৱা হয়।

বহু উপকাৰ

তুলসী পাত প্ৰতিদিনে খালে এমাহ বা ৪০ দিনৰ ওপৰত নাখাব। মাজত কেইটামান খোৱা বন্ধ কৰিব। লগতে চোবাই খোৱাতকৈ তুলসী পাত গিলি দিয়াৰ চেষ্টা কৰিব।

সাৱধান

পঢ়িবলৈ ক্লিক কৰক 

মহিলাসকলে মকৰিব এই কাম