তৰমুজৰ অনন্য সুফল
২৭ জুন ২০২৪
TV9 Assam
গ্ৰীষ্মকালত দেহৰ বাবে উপকাৰী তৰমুজ।
গ্ৰীষ্মকাল
পানী
তৰমুজত প্ৰচুৰ পৰিমাণে পানী থাকে।
তৰমুজৰ উপকাৰীতা
গ্ৰীষ্মকালত নিজৰ দেহ হাইড্ৰেটেড কৰি ৰখাটোও অতি প্ৰয়োজনীয়।
নিমখ আৰু তৰমুজ
নিমখ মিহলাই তৰমুজ খালে তৰমুজত থকা পুষ্টিকৰ উপাদান দুগুণে বৃদ্ধি পায়।
উপকাৰী
তৰমুজ এক প্ৰকাৰৰ হাইড্ৰেটিং ফল।
সকাহ
গ্ৰীষ্মকালৰ প্ৰখৰ গৰমৰ পৰা দেহে যথেষ্ট সকাহ লাভ কৰে।
তৰমুজৰ সৈতে নিমখ
নিমখে দেহত ইলেক্ট্ৰলাইট, বিশেষকৈ ছডিয়ামৰ যোগান ধৰিব পাৰে।
তেজস্বী-কৰণৰ বিচ্ছেদ!
চাবলৈ ক্লিক কৰক
Learn more