নতুন বছৰৰ প্ৰথম দিনটোত কৰক এই মন্ত্ৰৰ জপ, ধনেৰে ভৰিব আপোনাৰ ঘৰ!

24  Dec 2024

TV9 ASSAM

নতুন বছৰৰ প্ৰথম দিনটো শুভ আৰু ধনাত্মক শক্তিৰে ভৰি থাকে। এই দিনটোত যদি বিশেষ মন্ত্ৰৰ জপ কৰে তেন্তে শুভ ফল পাব।

মন্ত্ৰ জপ

জ্য়োতিষ শাস্ত্ৰৰ মতে, মন্ত্ৰ জপ কৰিৰে ধনাত্মক শক্তিৰ আগমণ ঘটে। যিয়ে আপোনাৰ জীৱনত সুখ-সমৃদ্ধি আনে।

ধনাত্মক শক্তি

মন্ত্ৰ জপ কৰাৰ ফলত দেৱ-দেৱীৰ আশীৰ্বাদ পোৱা যায়। নিয়মিত মন্ত্ৰ জপ কৰিলে লক্ষ্য সোণকালে লাভ কৰা যায়।

দেৱী-দেৱতাৰ আশীৰ্বাদ

ৰাতিপুৱাই গা ধুই লক্ষ্মীৰ মূৰ্তি বা প্ৰতিমাৰ ওচৰত চাকি লগাওক। এই মন্ত্ৰটো ১০৮ বাৰ জপ কৰক।

ওঁম মহালক্ষ্য়োই নমঃ

এই মন্ত্ৰৰ জপ কৰাৰ ফলত নতুন বছৰত আহিবলগীয়া সকলো বাধা আঁতৰি যায়। লগতে আপুনি সকলো কামতে সফলতা লাভ কৰিব পাৰিব।

ওঁম গণ গণপতেয় নমঃ

মন্ত্ৰ জপ কৰিবলৈ শান্ত আৰু পৰিস্কাৰ স্থান বাচনি কৰক। এই মন্ত্ৰ জপ কৰাৰ সময়ত আপোনাৰ মনো পবিত্ৰ হোৱাটো দৰকাৰ। 

কেনেকৈ কৰিব জপ?

বিশ্বাস কৰা হয় যে, নতুন বছৰৰ প্ৰথম দিনটোত পূজাৰ লগতে কিছুমান বিশেষ মন্ত্ৰৰ জপ কৰিলে ভক্তই শুভ ফল পায়।

কিয় কৰিব লাগে মন্ত্ৰ জপ?

চাবলৈ ক্লিক কৰক 

চৰায়ে কেনেকৈ বিমান ধ্বংস কৰিব পাৰে?