বাৰিষা ভ্ৰমণ কৰক এই ৪ খন ঠাই

3 Aug 2024

TV9 ASSAM

বাৰিষাৰ সময়ত দেশৰ কেইখনমান ৰাজ্য পৰ্যটকৰ বাবে অতি বিপদজনক হৈ পৰে ।

বিপদজনক

হিমাচলৰ লগতে উত্তৰাখণ্ড, ছিকিম আৰু অসমৰ কিছুমান পাহাৰীয়া অঞ্চল পৰ্যটকৰ বাবে এই সময়ছোৱাত সুৰক্ষিত নহয়।

সুৰক্ষিত নহয়

এই সময়ত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা থকা ছিকিম, হিমাচল, উত্তৰাখণ্ডৰ দৰে ৰাজ্য ভ্ৰমণৰ বাবে পৰিকল্পনা নকৰাই ভাল ।

প্ৰাকৃতিক দুৰ্যোগ

উত্তৰ-পূবৰ ৰাজ্যসমূহ বাৰিষাৰ সময়ত আটাইতকৈ ধুনীয়া হয়। মেঘালয় ভ্ৰমণৰ সৰ্বোত্তম সময় হ’ল বাৰিষা।

মেঘালয়

আগষ্ট মাহত লাডাখলৈ যোৱাটো তুলনামূলকভাৱে নিৰাপদ। আপুনি দিল্লীৰ পৰা লেহলৈ পোনপটীয়া বিমানেৰে যাব পাৰে ।

লাডাখ

বাৰিষাৰ সময়ত অৱশ্যে নাগালেণ্ডৰ  জুক' ভেলী ভ্ৰমণ কৰিব পাৰে । এই সময়ত সেউজীয়া জুক' উপত্যকাতো অতি ধুনীয়া হৈ থাকে ।

নাগালেণ্ডৰ জুক' ভেলী

বাৰিষাত গোৱালৈ যাব পাৰে। দীৰ্ঘদিনৰ দেশৰ বহু পৰ্যটকে এই বাৰিষা সময়ত গোৱা ভ্ৰমণ কৰে ।

গোৱা

পঢ়িবলৈ ক্লিক কৰক

বৰষুণৰ বতৰত ডাৱৰৰ ৰং ক'লা কিয় ?