ভাতৃ দ্বিতীয়াৰ দিনা কৰক এই কাম, ফুলিব ভাগ্য

3 November,2024 

 TV9 Assam

ভাতৃ দ্বিতীয়াক যম দ্বিতীয়া বুলিও কোৱা হয়। ধৰ্ম শাস্ত্ৰ অনুসৰি শনি আৰু যমৰাজ ভগৱান সূৰ্যৰ পুত্ৰ। তেওঁলোকৰ ভগ্নী যমুনা। গতিকে সম্ভৱ হ'লে এই দিনটোত ভাই- ভগ্নীসকলে যমুনা নদীত স্নান কৰিব লাগে।

যমুনা নদীত স্নান

মান্যতা অনুসৰি ভাতৃ দ্বিতীয়াৰ দিনা যিগৰাকী ভাতৃয়ে ভগ্নীৰ ঘৰলৈ গৈ তিলক লগাই আৰু খাদ্য গ্ৰহণ কৰে, সেই ভাতৃৰ আয়ুখ বৃদ্ধি হয়। লগতে জীৱনত সুখ সমৃদ্ধি হয়।

বয়স বৃদ্ধি

ভাতৃ দ্বিতীয়াৰ দিনা ভাতৃক তিলক দিয়াৰ সময়ত চাৰিওফাল চাফ চিকুন কৰিব লাগে। ভগ্নীয়ে ভাতৃক পূব দিশত মুখ কৰি বহিব দিব লাগে। এই দিশটো শুভ।

দিশ

তাৰ পাছত ভাতৃৰ মূৰত ফুল,তামোল পান আৰু পইচা ৰাখি কপালত তিলক দিব লাগে। চকীত বহি বা থিয় হৈ এই তিলক লগাব নালাগে।

তিলক

ভাতৃক তিলক কৰাৰ সময়ত গংগা পূজে যমুনা কো যমী পূজে যমৰাজ কো, সুভদ্ৰা পূজা কৃষ্ণ কো, গংগা যমুনা নীৰ বহে মোৰ ভাতৃৰ আয়ুস বাঢ়ক বুলি কোৱাতো শুভ বুলি বিশ্বাস কৰা হয়।

জপ কৰক

তিলক কৰাৰ পাছত ভাতৃৰ হাতত নাৰিকল দি মিঠাই খুৱাব লাগে। এই দিনটোত ভাতৃক নাৰিকল দিয়া বহুত শুভ বুলি গন্য কৰা হয়।

নাৰিকল

ভাতৃ দ্বিতীয়াৰ দিনা ভগ্নীয়ে নিজৰ ঘৰৰ মুখ্য দুৱাৰত যমদেৱতাৰ নামত চতুৰ্থমুখী চাকি জ্বলাব লাগে। এনে কৰিলে ভাতৃ- ভগ্নীৰ দীৰ্ঘজীৱী হয়।

যমদেৱৰ নামত চাকি

পঢ়িবলৈ ক্লিক কৰক 

শ্ৰীকৃষ্ণই কি অভিশাপ দিছিল পুত্ৰক