ভীমকলৰ কলডিলৰ স্বাস্থ্য উপকাৰিতা 

29 April 2025

TV9 ASSAM

Credits: Getty Images

কলডিলৰত বিভিন্ন পুষ্টিকৰ উপাদান আৰু ঔষধি গুণ আছে । অসমীয়া সমাজত কলডিল, বিশেষকৈ ভীমকলৰ কলডিলৰ আঞ্জা সৰ্বাধিক জনপ্ৰিয় ।

পুষ্টিকৰ উপাদান

কলডিলে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰে । তেজৰ বাবে কলডিল অতি উপকাৰী হিচাপে বিবেচিত হৈছে । 

তেজ পৰিষ্কাৰ কৰে

কলডিল খালে তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে । সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে কলডিল অতি উপকাৰী ।

 চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ

গৰ্ভৱতী মহিলাৰ বাবে কলডিল অতি উপকাৰী বুলি কোৱা হয় । কিয়নো কলডিলৰ পৰা প্ৰচুৰ পৰিমাণে আয়ৰণ শৰীৰে লাভ কৰে ।

গৰ্ভৱতী মহিলা

মেদবহুলতা হ্ৰাস কৰিবলৈ কলডিল খাব পাৰে । যিসকল লোকৰ মেদবহুলতা সমস্যা আছে তেওঁলোকে কলডিল খাব পাৰে ।

মেদবহুলতা

কলডিলত প্ৰচুৰ পৰিমাণে ভিটামিন-ই আৰু ভিটামিন-চি আছে । ই ছালৰ বাবেও উপকাৰী বুলি কোৱা হয় ।

ছালৰ বাবে উপকাৰী

কলডিলে শৰীৰৰ হিম'গ্ল'বিনৰ হাৰ বৃদ্ধি কৰে । যিসকল লোকৰ হিম'গ্ল'বিনৰ অভাৱ হৈছে, তেওঁলোকে ভীমকলৰ কলডিল খাব পাৰে ।

হিম'গ্ল'বিন

পঢ়িবলৈ ক্লিক কৰক

পুৰুষৰ কি কি গুণে মহিলাসকলক আকৰ্ষিত কৰে ?