‘Bhool Bhulaiyaa 3’ৰ টাইটেল ট্ৰেকৰ টিজাৰৰ চৰ্চা।

19  October 2024

 TV9 Assam

পিটবুলৰ সৈতে দিলজিৎ দোছাঞ্জ প্ৰথমবাৰৰ বাবে একেলগে কণ্ঠদান কৰিছে।

দিলজিৎ

আমেৰিকাৰ ৰেপাৰ পিটবুলৰ কণ্ঠই সকলোৰে মন মুহিছে।

পিটবুল

'হে প্ৰভু!, হে হৰি ৰাম..কৃষ্ণ জগন্নাথ প্ৰেমানন্দী...'ও শুনা গৈছে এই টাইটেল ট্ৰেকত।

টাইটেল ট্ৰেক

বৰ্তমান ‘Bhool Bhulaiyaa 3’ৰ পূৰ্ণ গতিত চৰ্চা চলি আছে।

চৰ্চা

কাৰ্তিক আৰিয়ান, বিদ্যা বালান, ত্ৰুপতি ডিমৰিক দেখিব ছবিখনত।

কোন কোন থাকিব?

পূৰ্বতেও বিদ্যাৰ অভিনয়ে সকলোকে আকৰ্ষিত কৰিছে।

বিদ্যা বালান

টাইটেল ট্ৰেকত কাৰ্তিকৰ নৃত্যকো ৰাইজে প্ৰসংশা কৰিছে।

‘Bhool Bhulaiyaa 3’

দীপাৱলীৰ চাকি

চাবলৈ ক্লিক কৰক