ভোট জলকীয়াৰ উপকাৰিতা

22 Oct 2024

TV9 ASSAM

বিশেষজ্ঞৰ মতে, ভোট জলকীয়াই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে তেজত কলেষ্টেৰল মাত্ৰা হ্ৰাস কৰি হৃদৰোগ প্ৰতিৰোধ কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

মূৰৰ বিষ হ্ৰাস কৰাৰ ক্ষেত্ৰটো ভোট জলকীয়া অতি উপকাৰী । কোৱা হয় যে, ভোট জলকীয়াই মাইগ্ৰেইনৰ সমস্যা হ্ৰাস কৰে ।

মূৰৰ বিষ হ্ৰাস

গাঁঠিৰ বিষত ভোট জলকীয়া অতি উপকাৰী । আমাৰ সমাজত গাঁঠিৰ বিষ হ'লে প্ৰায়ে ভোট জলকীয়াক ঔষধ হিচাপে গ্ৰহণ কৰা দেখা যায় ।

গাঁঠিৰ বিষ

বিপাকীয় হাৰ বৃদ্ধিৰ ক্ষেত্ৰটো ভোট জলকীয়া অতি উপকাৰী । লগতে ওজন নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত ভোট জলকীয়াই অধিক সহায় কৰে ।

বিপাকীয় হাৰ বৃদ্ধিৰ

যিহেতু ভোট জলকীয়াত এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে । ই কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ।

কৰ্কট ৰোগ

জ্বৰ, কাহ, চৰ্দি  হোৱাৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰে ভোট জলকীয়াই । এই ধৰণৰ ৰোগ হ'লে প্ৰায়ে সংখ্যক লোকেই ভোট জলকীয়া খোৱা দেখা যায় ।

চৰ্দি হোৱাৰ পৰা সকাহ

এলাৰ্জি সমস্যা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভোট জলকীয়া উপকাৰী গুণ আছে । ভোট জলকীয়াই এলাৰ্জি প্ৰতিহত কৰাত সহায় কৰে বুলি কোৱা হয়।

এলাৰ্জি সমস্যা

পঢ়িবলৈ ক্লিক কৰক

পৰিনীতি চোপ্ৰাৰ জন্মদিন